পশ্চিমবংগৰ মুৰ্ছিদাবাদত নৃশংস হত্যাকাণ্ড

60

পশ্চিমবংগৰ মুৰ্ছিদাবাদত নৃশংস হত্যাকাণ্ড৷ ম’বাইল গেমৰ বাবে বন্ধুৱে হত্যা কৰিলে বন্ধুক৷ উল্লেখ্য যে, গেম খেলিবলৈ ম’বাইলৰ পাছৱৰ্ড বিচাৰিছিল, কিন্তু বন্ধুৰ পৰা পাছৱৰ্ড নোপোৱাত নৃশংসভাৱে হত্যা কৰা হয়৷ হত্যা কৰি মৃতদেহ জ্বলাই দিয়াৰো চেষ্টা কৰে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪ জনক আটক কৰি অব্যাহত ৰাখে তদন্ত৷