পবিত্ৰ হজ পালনত গৈ অসমৰ আন এজন হজযাত্ৰীৰ মৃত্যু

57

পবিত্ৰ হজ পালনত গৈ অসমৰ আন এজন হজযাত্ৰীৰ মৃত্যু।

মৃত হজযাত্ৰীজনৰ নাম জলাল উদ্দিন লস্কৰ।

কাছাৰ জিলাৰ গোসাঁইপুৰত ঘৰ জলাল উদ্দিনৰ।

মক্কাৰ আৰাফাত ময়দানত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হাজীজনৰ ।

দেওবাৰেও মক্কাত পদপিষ্ট হৈ অসমৰ তিনিজনকৈ হজযাত্ৰীৰ মৃত্যু হৈছিল।