নেতাৰ আনুষ্ঠানিক শিক্ষা সন্দৰ্ভত উত্থাপিত হৈছে বহু বিতৰ্ক

দেশত শেহতীয়াকৈ চৰ্চা লাভ কৰা নেতাৰ আনুষ্ঠানিক শিক্ষা সন্দৰ্ভত উত্থাপিত হৈছে বহু বিতৰ্ক।এই বিতৰ্কক একে আষাৰেই নস্যাত কৰি দিয়ে দেশৰ জ্যেষ্ঠ ৰাজনীতিবিদ শৰদ পাৱাৰে । শৰদ পাৱাৰে এখন ভাষণত এই সন্দৰ্ভত মন্তব্য কৰে যে, “দেশৰ ৰাজনৈতিক নেতা সকলৰ শিক্ষাগত অৰ্হতা কোনো গুৰুত্বপূৰ্ণ বিষয় নহয় বৰং দেশৰ প্ৰকৃত সমস্যাসমূহ যেনে নিবনুৱা সমস্যা, আইন-কানুন আৰু মূল্যবৃদ্ধিতহে গুৰুত্ব আৰোপ কৰা উচিত “। নেতাৰ শিক্ষাগত অৰ্হতাই এইসমূহ সমস্যাৰ পাছতহে স্থান লাভ কৰিব আলোচনাৰ তালিকাত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *