নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান। অভিযানত ড্ৰাগছসহ আটক দুটা কুখ্যাত সৰবৰাহকাৰী। তিনিটা চাবোনৰ বাকচৰ পৰা জব্দ ৩৭.২২ গ্ৰাম হেৰ’ইন। জুৰীয়াৰ ধিংবৰী পথাৰত চলিছিল আৰক্ষীৰ এই অভিযান । আটক ড্ৰাগছ সৰবৰাহকাৰী ইক্ৰামুল ইছলাম, ছফিকুল ইছলাম।