নাজিৰা শান্তিনিকেতন বিদ্যালয়ৰ সন্মুখৰ এখন বিলৰ কাষত উদ্ধাৰ এজনী কাছ উদ্ধাৰ


নাজিৰা শান্তিনিকেতন বিদ্যালয়ৰ সন্মুখৰ এখন বিলৰ কাষত উদ্ধাৰ এজনী কাছ উদ্ধাৰ
স্থানীয় ৰাইজে কাছজনী প্ৰত্যক্ষ কৰি খবৰ দিয়ে বনবিভাগৰ লোকক।
কিন্তু উদাৰ হোৱা ১ ঘণ্টা পৰ্য্যন্ত হৈ যোৱাৰ পাছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই
কাছ জনীৰ ওজন প্ৰায় ৪০কেজি ৰো অধিক বুলি অনুমান কৰা হৈছে
উদ্ধাৰ হোৱা কাছ জনী চাবলৈ ঘটনাস্থলীত ভিৰ কৰে স্থানীয় ৰাইজে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *