নাওবৈছাৰ ফুলবাৰীৰ অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি


star light নামৰ এটা বহিৰাগত কোম্পানীৰ কৰ্মচাৰীক মাদক দ্ৰব্য সেৱন কৰাত বাধা দিয়াৰ বাবেই অসমৰ যুৱকক মাৰপিত অনা অসমীয়াৰ।বহিৰাজ্যৰ পৰা নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ টাৱাৰ পোষ্ট নিৰ্মানৰ বাৱে অহা অনা অসমীয়াক দ মাদক দ্ৰব্য সেৱন কৰাত বাধা দিছিল অঞ্চলটোৰ স্থানীয় যুৱক সকলে।ইয়াৰ পাছতেই সংঘঠিত হয় এই মাৰ পিটৰ ঘটনা ।মাদক দ্ৰব্য সেৱনত বাধা প্ৰদান কৰা স্থানীয় যুৱক সকলৰ ওপৰত জপিয়াই পৰে কোম্পানীটোত কৰ্মৰত একাংশ অনা অসমীয়া।ইয়াৰ ওপৰিও আনা অসমীয়া এইসকল কৰ্মচাৰীৰ ওপৰত আছে পূৰ্বৰ বহু অভিযোগ।দীপাৱলীৰ আনন্দৰ মাজতেই ফুলবাৰীত STAR LIGHT নামৰ কোম্পানীৰ কৰ্মচাৰীৰ এনে ঘটনাক লৈ ৰাইজৰ মাজত বিৰাজ কৰিছে তীব্ৰ উত্তেজনা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *