নলবাৰী বৰখানাজানত কইনাই বৰ্জন কৰিলে মদাহী দ’ৰাক

নলবাৰী বৰখানাজানত কইনাই বৰ্জন কৰিলে মদাহী দ’ৰাক।নলবাৰী বৰখানাজানত এখন বিবাহত মদাহী দ’ৰাৰ বাবেই বিবাহ বিচ্ছেদ হয়।।মদৰ ৰাগীত ৰাগিয়াল দ’ৰাৰ অৱস্থা লক্ষ্য কৰিয়ে বিবাহ নহোৱাৰ সীদ্ধান্ত কইনাৰ।।দৰা নলবাৰী গোপাল বজাৰৰ প্ৰসেনজিৎ হালৈ।। মদ সেৱন কৰি মাতাল হৈ বিবাহ কৰাবলৈ অহাৰ বাবে কইনাৰ লগতে পৰিয়ালে বিচ্ছেদ কৰে বিবাহখন।।পিছত ঘটনাস্থলীত নলবাৰী আৰক্ষীও উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *