নগাঁৱৰ চামগুৰি তেলিয়াগাওঁ স্থিত এটা নিচা মুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

নগাঁৱৰ চামগুৰি তেলিয়াগাওঁ স্থিত এটা নিচা মুক্তি কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি।

নিচা মুক্তি কেন্দ্ৰৰ একাংশ চিকিৎসাধীন যুৱকে কেন্দ্ৰত চলালে তাণ্ডৱ,ভাঙি লণ্ড-ভণ্ড কৰিলে কেন্দ্ৰটোৰ আচবাব,দুৱাৰ খিৰিকি।

Arising Wellness Society ৰ নিচা মুক্তি কেন্দ্ৰটোত হাতে হাতে লাঠী ,ডামবেল লৈ তাণ্ডৱ চলাই ছয়জন কৈ চিকিৎসাধীন যুৱকে পলায়ন কৰিছে কেন্দ্ৰটোৰ পৰা।

আনকি এই ছয়জনীয়া দলটোৰ আক্ৰমণত আহত হৈছে কেন্দ্রটোত নিয়োজিত দুজন কৰ্মচাৰী।

এই সমগ্ৰ ঘটনা বন্দী হৈছে চি,চি ,টিভিৰ কেমেৰাত।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *