নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ দিনক দিনে ঘটিছে উত্থান

নগাঁও জিলা তৃণমূল কংগ্ৰেছৰ দিনক দিনে ঘটিছে উত্থান।
আজিও নগাঁও সদৰ সমষ্টিৰ ৬গৰাকীকৈ লোকৰ তৃণমূল কংগ্ৰেছত যোগদান।সমাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে নগাঁও জিলা তৃণমূল কংগ্ৰেছত ভেটি দিনক দিনে অধিক শক্তিশালী হবলৈ ধৰিছে।পত্যক দিনাই নগাঁও জিলাৰ বিভিন্ন স্থানত যোগদান কৰি আহিছে বহু নেতা কৰ্মী তথা ৰাইজে।আজিও নগাঁও জিলাৰ সদৰ সমষ্টিৰ ৬গৰাকীকৈ লোকে স্বইচ্ছায় তৃণমূল কংগ্ৰেছৰ জিলা কৰ্য্যালত উপস্থিত হৈ জিলা সভাপতি ময়ূৰ মজুমদাৰ নেত্বিত্বত আনুষ্ঠানিক বাবে যোগদান কৰে তৃণমূল কংগ্ৰেছ দলত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *