দৰঙৰ নামখলত SBI ATM ১৫ দিনে বিকল

দৰঙৰ নামখলত SBI ATM ১৫ দিনে বিকল

বিভাগীয় কতৃপক্ষক অভিযোগ দিয়াৰ পিছতো নাই কানসাৰ ৷

MPK আৰু MM ৰোডৰ সংযোগী স্থলেই হৈছে নামখলা চ’ক ।
এই নামখলা চকতে আছে মঙলদৈ শাখাৰ এটি SBI ATM

দৰং আৰু ওদালগুৰি জিলাৰ বৃহত্তৰ ১৫ ২০ খন গাঁও সামৰি লোৱা একমাত্ৰ SBI ATM ৷

বিভাগীয় কতৃপক্ষ‌ক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা নকৰাৰ ফলত যমৰ যাতনাত ভুগিছে গ্ৰাহক ৷ ধন উলিয়াবলৈ আহি ‌নিৰাশ মনে উভতা পৰিলক্ষিত হৈছে গ্ৰাহকক । অতি সোনকালে কাৰ্যক্ষম কৰিবলৈ অনুৰোধ স্থানীয় ৰাইজ তথা ব্যৱসায়ী সন্থাৰ ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *