দুৰ্গাপূজাৰ প্ৰাক্ক্ষণত মাইক্ৰ’ ফাইনেন্সৰ ঋণী মহিলালৈ সকাহ ৰাজ্য চৰকাৰৰ। ১৩ অক্টোবৰত ২৫ হাজাৰকৈ ঋণ লোৱা মহিলাই পাব NOC। মাফ কৰি দিয়া হৈছে তেওঁলোকে লোৱা ঋণো। ভৱিষ্যতে নিজাকৈ পুনৰ ঋণ ল’ব পাৰিব মহিলাসকলে।