দুলীয়াজানৰ ৰাজপথত অঘটন।
দাওদাওকৈ জ্বলি উঠিল এখন চলন্ত বাহন।
দুলীয়াজান মহাবিদ্যালয়ৰ সন্মুখতে এই ঘটনা।
অসম গেছ কোম্পানীৰ অগ্নিনিৰ্বাপক গাড়ীৰে জুই নিৰ্বাপণ।
কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ চালকজনৰ।
জানিব পৰা মতে চালকজন দুলীয়াজান মহাবিদ্যালয়ৰে ছাত্ৰ।