দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনাক চিকিৎসালয়ত ভৰ্তি

60

দিল্লীৰ জলমন্ত্ৰী আতিশী মাৰ্লেনাক চিকিৎসালয়ত ভৰ্তি।

আমৰণ অনশনৰ মাজতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে আতিশী।

LNJP হাস্পতালত নিশাই ভৰ্তি কৰা হয় মন্ত্ৰীগৰাকীক।

দিল্লীৰ তীব্ৰ জলসংকটক লৈ আমৰণ অনশনত বহিছিল মন্ত্ৰীগৰাকী।

দ্ৰুতভাৱে ৰক্তচাপ হ্ৰাস পোৱাত অসুস্থ হৈ পৰে আতিশী মাৰ্লেনা।