বিশ্বনাথ মহাবিদ্যালয় চৌহদত অঘটন।
মহাবিদ্যালয় চৌহদত দাও দাওকৈ জ্বলিল ৰখাই থোৱা বলেৰ’ বাহন।
মহাবিদ্যালয়ৰ অধ্যক্ষৰ বাসগৃহলৈ গাড়ীখনৰ গৰাকী প্ৰকাশ উপাধ্যায়ে লৈ আহিছিল।
অধ্যক্ষৰ ঘৰত প্ৰৱেশ কৰাৰ পিছতে জ্বলি উঠিল গাড়ীখন।
গাড়ীখনৰ নম্বৰ As32A 5899।