দলগাঁওত আৰক্ষী অভিযান

দলগাঁওত আৰক্ষী অভিযান

অভিযানত আটক গুৱাহাটীৰ খলনায়ক দুধর্ষ ডকাইত অমিৰ আলি কালীয়া

দুধর্ষ ডকাইত অমিৰ আলি কালীয়াক দলগাঁও আৰক্ষী আটক কৰে দলগাঁওৰ চুকাবাহি গাঁওত

বহু দিনৰ পৰা চুকাবাহি গাঁওত আত্মগোপন কৰি আহিছিল দুধর্ষ ডকাইত অমিৰ আলি

দুধর্ষ ডকাইত অমিৰ আলি বিৰুদ্ধে গুৱাহাটীৰ দিছ্পুৰ আৰক্ষী থানাৰ লগতে ঢেকীয়াজুলি আৰু দৰংৰ বহু থানাত পঞ্জীয়ন হৈ আছে গোচৰ

আজি মঙ্গলদৈ জেল লৈ প্ৰেৰণ কৰা হব দুধর্ষ ডকাইত অমিৰ আলি কালীয়া

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *