ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী ।

ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হৈছে অসম আৰক্ষী ।
বৰপেটাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।
বৰপেটাৰোড সাতবইনীৰটুপত দুজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা মাৰাত্মক আঠটা কনট্ৰেনাৰ জব্দ ।ৰাইজে হাতে লুটে ধৰা ড্ৰাগছ সৰবৰাহকাৰী সাতবইনীৰটুপৰ আবুল হুছেইনৰ পুত্ৰ মফিজ উদ্দিন (৩৫ ) আৰু জয়পুৰ গাৱৰ মহম্মদ জলু মিয়াৰ পুত্ৰ জাহিদুল ইছলাম (৪০) ঘটনাস্থলীত বৰনগৰ ৰাজহ চক্ৰ বিষয় উপস্থিত হয় ।
সাতবইনীৰটুপত স্থানীয় ৰাইজৰ তৎপৰতাত ৰাইজে হাতে লুটে ধৰি বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গতাই দিয়ে । অধিক তথ্যৰ বাবে ধৃত যুৱক দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *