ডিগবৈ পেঙেৰীৰ বিস্তৃৰ্ণ অঞ্চলত প্ৰৱল শিলাবৃষ্টি।বজ্ৰপাত পৰি তিনিগৰাকী লোক গুৰতৰভাৱে আহত।জানকীপুৰ চাহ বাগিছাত চাহ গছ কলম কৰি থাকোতে সংঘটিত হৈছে এই ঘটনা।আহত চাহ শ্ৰমিক কেইজন ক্ৰমে ৰীতা মুড়া,কাৰ্তিক কন্দ আৰু জুলী বিংঘাই।আহত তিনিওজন ডিগবৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।

