ডিগবৈত আৰক্ষীৰ বৃহৎ সফলতা

47

ডিগবৈত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ ।যোৱা পুৱতি নিশা পৰা পুৱা লৈকে তিনি নং গোলাইত বিমান তালুকদাৰৰ ঘৰত চলিল এই অভিযান।অভিযানত দহ টা চাবোনৰ বাকচত মুঠ 116 . 8 গ্ৰাম ড্ৰাগছ সহ (মূল্য প্ৰায় 3 লাখ) এখন Hyundai গাড়ী, তিনিটা মোবাইল, দুখন বেংক পাছবুক জব্দ ।
16 হাজাৰ 9 শ টকা নগদ ধন জব্দ ।বিমান তালুকদাৰ আৰু তেওঁৰ পত্নী গীতিমণি তালুকদাৰ ক আৰক্ষীৰ গ্ৰেপ্তাৰ ।উল্লেখ্য যে বিমান তালুকদাৰ যোৱা এমাহৰ পূৰ্বে ড্ৰাগছৰ গোচৰত জেলৰ পৰা ওলাই আহিছিল।