জয়পুৰ ব্লক কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কায্যসুচী





কেন্দ্ৰীয় চৰকাৰে উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানা বিক্ৰী কৰাৰ যি সিদ্ধান্ত গ্ৰহন কৰিছে তাৰ প্ৰতিবাদত জয়পুৰ ব্লক কংগ্ৰেছ কমিটিয়ে নামৰূপ সাৰকাৰখানা মুখ্য প্ৰবেশ দ্বাৰ সম্মুখত এক প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে। অনুস্থানটো উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকন জয়পুৰ ব্লক কংগ্ৰেছৰ সভাপতি সম্পাদকে ধৰি দলৰ বহুতো বিষয় ববীয়া উপস্থিত থাকে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *