জোনাইৰ জোনকাৰেঙত ভূমিকেন্দ্ৰিক সংঘাত

60

জোনাইৰ জোনকাৰেঙত ভূমিকেন্দ্ৰিক সংঘাত।

সংঘাতত গুৰুতৰভাৱে আহত দুই মহিলাসহ তিনিগৰাকী লোক।

১২ জনীয়া এটা দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি নৰেশ্বৰ কুলি।

নিজৰ মাটিত ঘৰ নিৰ্মাণৰত সময়তে লোকজনক আক্ৰমণ দুৰ্বৃত্তৰ।

নৰেশ্বৰ কুলিৰ পত্নী-কন্যাকো আক্ৰমণ দুৰ্বৃত্তৰ।

১২ গৰাকী লোকৰ বিৰুদ্ধে এজাহাৰ ভুক্তভোগী পৰিয়ালৰ।