জামুগুৰিহাটত অহা প্ৰচণ্ড ধুমুহাই অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন কৰে

জামুগুৰিহাটত অহা প্ৰচণ্ড ধুমুহাই অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন কৰে । অঞ্চলটোৰ কাঠবাৰীকে ধৰি কেইবাখনো গাঁওত এইদৰে প্ৰকাণ্ড গছ মানুহৰ বাসগৃহৰ ওপৰত উভতি পৰাত বাসগৃহ ভাঙি যোৱাৰ লগতে ভিতৰত থকা সা-সম্পত্তিও নষ্ট হয়।কাঠবাৰী গাঁওৰ জীৱন ভূঞা নামৰ লোকজনৰ বাসগৃহত এইদৰে উভালি পৰে প্ৰকাণ্ড আমগছ। কথমপি প্ৰাণৰক্ষা পৰে গৰাকীৰ।ধুমুহাত ক্ষতিগ্ৰস্ত লোকক জিলা প্ৰশাসনৰ ফালৰ পৰা পৰা ক্ষতিপূৰণৰ দাবী জনাইছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *