জম্মু-কাশ্মীৰৰ ডাঙৰ খবৰ

34

জম্মু-কাশ্মীৰৰ ড’ডাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ৪ সন্ত্ৰাসবাদীৰ স্কেচ প্ৰকাশ আৰক্ষীৰ। সন্ত্ৰাসবাদী কেইজনৰ তথ্য প্ৰকাশ কৰা ব্যক্তিলৈ ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা। অঞ্চলটোত বিগত ৩ দিনত ৪টাকৈ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ছহিদ হৈছিল এজন CRPFজোৱান। আহত হৈছিল কেইবাগৰাকীও নিৰাপত্তাৰক্ষী।