চৰকাৰী ৰিজাৰ্ভ মাটিত অবৈধ থলুৱা ইটা ভাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান

নগৰবেৰাৰ হেকৰা-মন্দিৰা চৰকাৰী ৰিজাৰ্ভ মাটিত অবৈধ থলুৱা ইটা ভাটিত প্ৰশাসনৰ উচ্ছেদ অভিযান

ভূ মাফিয়াৰ কৱলত কামৰূপ জিলাৰ নগৰবেৰাৰ হেকৰা-মন্দিৰা চৰকাৰী ৰিজাৰ্ভ মাটি।

অবাধ হাৰত অবৈধভাবে খনন চলি আছে উক্ত চৰকাৰী শ শ বিঘা ভূমিত।

আৰু গঢ়ি উঠিছে অসংখ্য ইটা ভাটিৰ কেম্প।

বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত হেকৰা-মন্দিৰা চৰকাৰী ৰিজাৰ্ভ মাটিৰ।

অবৈধভাবে গঢ়ি উঠা থলুৱা ঈটা ভাটিৰ কেম্প সমুহত মন্দিৰা আৰক্ষী চকীৰ এটি দল আৰু নগৰবেৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনশ্রী মালাকাৰে অব্যাহত ৰাখিছে উচ্ছেদ অভিযান।

বিভাগীয় কতৃপক্ষৰ নিৰ্দেশ মৰ্মে এই অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *