চৌদিশে বাঘৰ আতংক

69

লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা ঢেকীয়া পতীয়া বাঘটোক দুদিন ধৰি আপ্ৰাণ চেষ্টাৰ পাছতো পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহ’ল বনবিভাগ।

লাওখোৱাৰ পাৰ্শ্বৱৰ্তী জাৰমাৰিৰ বিশাল মৰাপাট খেতিৰ মাজত সম্প্ৰতি বাঘটোৱে অৱস্থান কৰি আছে বুলি সন্দেহ প্ৰকাশ অঞ্চলটোৰ ৰাইজে।

যাৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতিও অঞ্চলটোত বাঘৰ আতংকই বিৰাজ কৰিছে।

ইফালে অঞ্চলতটোত সম্প্ৰতি এজনো বনৰক্ষী উপস্থিত নাই।