চিৰাঙত চাঞ্চল্যকৰ গুলী চালনা ঘটনা।

চিৰাঙত চাঞ্চল্যকৰ গুলী চালনা ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে চিৰাং জিলাৰ বিজনীৰ পানবাৰী থানাৰ অন্তৰ্গত এন কে কাহিটামাত দুৰ্বৃত্তৰ গুলিচালনা ঘটনা সংঘটিত হৈছে।অন্তৰা বড়ো (৬৫ )নামৰ মহিলাগৰাকী নিহত হয় গুলি চালনাত। ঘটনা সন্দৰ্ভত ইতিমধ্যে চিৰাং আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *