চিৰাং জিলাৰ বিজনী পাণবাৰী আৰক্ষীৰ উদ্যোগত নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে সজাগতা সভা

চিৰাং জিলাৰ বিজনী পাণবাৰী আৰক্ষীৰ উদ্যোগত পাণবাৰী থানাৰ অন্তৰ্গত ভাংনামাৰী বজাৰত বাল্য বিবাহ, ড্ৰাগছ মদ জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ সজাগতা সভা অনুষ্ঠিত কৰে। পাণবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুধন দত্তৰ নেতৃত্বত থানাৰ পৰা সমদল কৰি ভাংনামাৰী , পালেংবাৰী লগতে কেইবাটাও অঞ্চলত এই সজাগতা সভা অনুষ্ঠিত কৰে।

পাণবাৰী আৰক্ষীৰ শকিয়নী পাণবাৰী থানাৰ এলেকাত যাতে কোনোৱেই ড্ৰাগছ, জুৱা বাল্য বিবাহ নকৰিব নহ’লে বিপদ অনিবাৰ্য বুলি শকিয়াই দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *