চামগুৰিৰ নামা-পাঘালিত বোমাতংক

চামগুৰিৰ নামা-পাঘালিত বোমাতংক। পথৰ দাঁতিত উদ্ধাৰ ৮টাকৈ বোমা সদৃশ গোলা। চামগুৰি আৰক্ষীয়ে চলোৱা অভিযানত উদ্ধাৰ গোলাকেইটা। প্ৰাৰম্ভিক অনুসন্ধানত এয়া হস্তনিৰ্মিত বোমা বুলি সন্দেহ আৰক্ষীৰ। ইতিমধ্যে সুৰক্ষিত স্থানত ৰখা হৈছে উদ্ধাৰ হোৱা গোলাকেইটা । বোমা বিশেষজ্ঞৰ উপস্থিতিতহে পোহৰলৈ আহিব প্ৰকৃত ৰহস্য। ঘটনাৰ সন্দৰ্ভত নিজাববীয়া গোচৰ ৰুজু কৰিছে চামগুৰি আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *