চলিত বিশ্বকাপৰ প্লেয়াৰ অব দ্য টুৰ্ণামেণ্টৰ দৌৰত ৪গৰাকী ভাৰতীয় ক্ৰিকেটাৰ

চলিত বিশ্বকাপৰ প্লেয়াৰ অব দ্য টুৰ্ণামেণ্টৰ দৌৰত ৪গৰাকী ভাৰতীয় ক্ৰিকেটাৰ। ICC-এ প্ৰকাশ কৰা তালিকাত আছে মহম্মদ ছামি, বিৰাট কোহলি, ৰোহিত শৰ্মা আৰু যশপ্ৰীত বুমৰাহৰ নাম। তালিকাত দক্ষিণ আফ্ৰিকাৰ কুইণ্টন ডি ককৰ লগতে অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ দুজনকৈ ক্ৰিকেটাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *