‘ঘন কুঁৱলীৰ মাজত মানুহে পুৱাতে পিকনিক আৰম্ভ কৰিব নালাগে। আজি আৰক্ষীয়ে জাৰি কৰিছে SOP। কুঁৱলী কমাৰ পাছতহে চলাব পাৰিব বাহন। ঘন কুঁৱলীত বাহন চলালে এনেকুৱা দুৰ্ঘটনা হৈয়েই থাকিব’। দুৰ্ঘটনা সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।