গৌৰীপুৰত বৃহৎ পৰিমানৰ জব্দ বাৰ্মীজ ছুপাৰী

গৌৰীপুৰত বৃহৎ পৰিমানৰ জব্দ বাৰ্মীজ ছুপাৰী ।
ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অধীনৰ কালিবাৰীত আৰক্ষীয়ে জব্দ কৰে ১০১ বস্তা বাৰ্মিজ চুপাৰি ।গৌৰীপুৰ কালিবাৰী ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাই দুখন ECHAR বাহনত প্ৰায় ১০১ বস্তা বাৰ্মীজ ছুপাৰী জব্দ কৰে। জব্দ কৰা বাহন দুখনৰ নং AS 28A C0549 আৰু আন এখন বাহনৰ নং AS 28C 9587 বৰপেটাৰ পৰা পশ্চিম বংশ অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে গৌৰীপুৰ আৰক্ষীয়ে।
জব্দ কৰা এই বাৰ্মিজ চুপাৰিৰ বজাৰ মুল্য ১২ লক্ষ্য টকা হব বুলি অনুমান কৰিছে আৰক্ষীয়ে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *