গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ

গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ অচিনাক্ত মৃতদেহ। শান্তিপুৰৰ ইন্দিৰা গান্ধী পথৰ নলাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ। স্থানীয় লোকে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। বৰ্তমানো জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়। কোনো লোকে হত্যা কৰি নলাত পেলাই থৈ যোৱাৰ সন্দেহ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *