গুৱাহাটীত ভয়ংকৰ লজ্জাজনক ঘটনা

গুৱাহাটীত মানৱ সমাজক লজ্জানত কৰা ঘটনা।

পাষাণ স্বামী, কুলাংগাৰ পুত্ৰৰ নিৰ্যাতনৰ বলি ৬৫ বছৰীয়া এগৰাকী মহিলা।

স্বামী-পুত্ৰই ঘৰৰ পৰা বাহিৰ কৰি দিছিল মহিলাগৰাকীক।

বৰপুত্ৰৰ অভিযোগৰ ভিত্তিত বন্ধ কোঠাৰ পৰা সাতগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *