গুৱাহাটীত দেহ ব্যৱসায়ৰ লগত জড়িত যুৱতীক গ্ৰেপ্তাৰ যোৰহাটত

গুৱাহাটীত দেহ ব্যৱসায়ৰ লগত জড়িত যুৱতীক গ্ৰেপ্তাৰ যোৰহাটত

বিউটিচিয়ানৰ কাম শিকোৱাৰ চলেৰে যুৱতীক দেহ ব্যৱসায়ত জড়িত কৰা এগৰাকী যুৱতীক আজি যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰি গুৱাহাটীলৈ লৈ গৈছে

যুৱতী গৰাকীৰ নাম পল্লৱী কলিতা আৰু ঘৰ বোকাজানত বুলি জানিব পৰা গৈছে ।জানিব পৰা মতে যোৰহাটৰ বৰুৱাচাৰিআলিৰ এখন ইউনি চেস্ক বিউটিপাৰলাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে যুৱতী গৰাকীক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *