খাৰুপেটীয়াত বিজেপিৰ বুথ সভাৰ নামত ফ্লপ শ্ব’

খাৰুপেটীয়াত বিজেপিৰ বুথ সভাৰ নামত ফ্লপ শ্ব’

খাৰুপেটীয়াত খালী চকীৰ সন্মুখত (empty chair)বিজেপিৰ সাংসদ তথা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লবলোচন দাস । খালী চকীৰ সন্মুখতলৈ।
ভাষণ দিলে পল্লৱলোচন দাসে। সাংগঠনিক স্হিতি মজবুত কৰাৰ উদ্দেশ্যৰে আজি খাৰুপেটীয়াত উপস্থিত হৈছিল সাংসদ গৰাকীয়ে। সভাত একাংশ কৰ্মীয়ে খাৰুপেটীয়া পৌৰসভাৰ অন্তৰ্গত ওৱাৰ্ড সমূহত অৰুণোদই আচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা অভিযোগ সাংসদ জনে গুৰুত্বসহকাৰে লয় ।আনহাতে একাংশ কৰ্মীয়ে খাৰুপেটীয়াৰ বিজেপিৰ কৰ্মীয়ে ভিতৰি ভিতৰি ইউ ডি এফ আৰু কংগ্ৰেছমুখী হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে
।লোকজনে খাৰুপেটীয়াত দপদপাই থকা মাটিৰ দালালৰ বিৰুদ্ধেও পদক্ষেপ লবলৈ আহ্বান জনায় ।সাংসদ জনে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কেও মতামত প্ৰকাশ কৰে সাংবাদিকৰ আগত।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *