কোন সঁচা কোন মিছা!

কোন সঁচা কোন মিছা!
বিলাসীপাৰাৰ মহামায়া উন্নয়ন খণ্ডত এক আজব কাণ্ড।কদোমতলা গাঁও পঞ্চায়ত আচলতে হৈছে কি?ব্যৰ্থ হৈছে নেকি বিজেপি চৰকাৰ?গাঁও পঞ্চায়তৰ সভাপতি আৰু PMGAY ৰ হিতাধীকাৰীৰ গোপন বুজা বুজিৰ কথা ৰাণীগঞ্জ কৃষ্ণক মুক্তি সংগ্ৰাম সমিতিৰ ।এজন হিতাধিকাৰীৰ পৰা ২০,০০০ হাজাৰ ধন লোৱাৰ অভিযোগ কৃষ্ণক মুক্তি সংগ্ৰাম সমিতিৰ।হঠাৎ তৎপৰ হৈ উঠিল কিয় KMSS ৰ সভাপতি সাহিদল ইছলাম?

ঘটনাৰ তদন্তৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই চৰকাৰ আৰু প্ৰশাসন।
এই মন্তব্য আমাৰ নহয় এয়া KMSS ৰ সভাপতি সাহিদুল ইছলামৰ ।
কদোমতলা গাঁও পঞ্চায়ত সভাপতিৰ মুখ খুলাৰ পিছত তৎপৰ হৈ পৰিছে ৰাণীগঞ্জ কৃষ্ণক মুক্তি সংগ্ৰাম সমিতৰ সভাপতি শ্বাহিদুল ইছলাম

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *