উত্তৰ-পূৱ কোটি টকাৰ ড্ৰাগছ জব্দ By Dipshikha - July 9, 2024 42 FacebookTwitterPinterestWhatsApp ডিফুত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ জব্দ। কাৰ্বি আংলং আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী। ধনশিৰি উপ-আৰক্ষী চকীৰ তালাচীত জব্দ ড্ৰাগছখিনি। জানিব পৰা মতে মণিপুৰৰ সৰবৰাহ কৰা হৈছিল ড্ৰাগছখিনি। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...