কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ

ৰাজ্যত এতিয়াও চলি আছে অবৈধ শিল বালিৰ বেহা।
কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বন বিভাগ।
পৰিবহন বিভাগৰ নিয়মিয়া তালাছিত ধৰা পৰে অবৈধ বাবে শিল বালি কঢ়িওৱা ট্ৰেক্টৰ।

লখিমপুৰ জিলাৰ লালুকৰ ৰাজ পথত আৰক্ষীৰ নিয়মিয়া তালাছিত ধৰা পৰা ট্ৰেক্টৰ খন হাৰমতি আঞ্চলিক বন বিষয়াক ছমজাই দিয়ে আৰক্ষীয়ে।

লখিমপুৰ জিলাৰ হাৰমতি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অগ্গাতে নিতৌ চলি আছে এই অবৈধ বেহা।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *