কাম সম্পূৰ্ণ নকৰাকৈয়ে লাখ লাখ টকা আত্মসাত

Untied ফান্দ আচনি নামত লখিমপুৰত ব্যাপক দূনীতি

কাম সম্পূৰ্ণ নকৰাকৈয়ে লাখ লাখ টকা আত্মসাত

নাম সাঙুৰ খাইছে প্ৰাক্তন বিধায়ক উৎপল দত্ত

চাৰি বছৰে সম্পূৰ্ণ নহল Untied ফান্দৰ অনুমোদিত ২০ লাখ টকৰে নিৰ্মাণ কৰা শংকৰদেৱে শিশু নিকেতন হৰিপুৰ ,বছাগাঁৱৰ গৃহটো
অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা অভিযোগ স্হানীয় ৰাইজৰ লগতে সচেতন মহলৰ

নিৰ্মাণ সমিতি সভাপতি দায়িত্বত আছিল বিধায়ক উৎপল দত্ত

জনৈক হাজৰিকা উপাধি এজনক দায়িত্ব দি কৰাইছিল কামতো

আজি পয্যন্ত কিন্তু গৃহটো প্ৰদান কৰা নাই বিদ্যালয়ৰ কতৃপক্ষক
আৰু বৰ্তমান ভূত বঙলালৈ পৰিণত বিদ্যালয়ৰ ঘৰতো

স্বচ্ছ আৰু নিকা প্ৰতিশ্ৰুতি কথা কোৱা চৰকাৰ খনে এনে দুৰ্নীতিৰ ওপৰত চকু দিব নে?


অতি সোনকালে উপায়ুক্তক untied ফান্দ আঁচনিৰ নামত তদন্ত কৰিব বাবে দাবী জনায় স্হানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ কতৃপক্ষই।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *