কামৰূপৰ বাইহাটা চাৰিআলিত চাঞ্চল্যকৰ ঘটনা

কামৰূপৰ বাইহাটা চাৰিআলিত চাঞ্চল্যকৰ ঘটনা। আলট্ৰা বাছেৰে এটি ৫ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা। AS25AC8221 নম্বৰৰ বাছখনেৰে শিশুটিক অপহৰণৰ চেষ্টা। গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল বাছখন। ঘটনাস্থলীৰ পৰা আটক বাছখনৰ হেণ্ডিমেনক। হেণ্ডিমেনজনে তিনিআলি বাইপাছত নমাই দিছিল শিশুটিক। শিশুটিক নমাই। দৌৰি বাছত উঠিবলৈ লওঁতে আটক কৰে ৰাইজে। জালুকবাৰীৰ পৰা শিশুটিক লৈ অনা বুলি জানিব দিয়ে হেণ্ডিমেনজনে। অৱশেষত বাইহাটা চাৰিআলি থানাত চমজাই দিয়ে বাছসহ কৰ্মচাৰীকেইজনক।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *