কাতি বিহুৰ দিনটোতে মাজুলীত শোকাৱহ ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে ব্ৰহ্মপুত্ৰৰ বুকুত সলিল সমাধি এজন ছাত্ৰৰ। নিহত অষ্টম শ্ৰেণীৰ ছাত্ৰ অঞ্জন পায়েং বুলি জানিব পৰা গৈছে। নৈ পাৰ হৈ গাখীৰ আনিবলৈ যাওতে মৃত্যু হয় ছাত্ৰজনৰ।