কাজিৰঙাত মই খেলিম বুলি ক’ব পাৰোঁ-ভূপেন বৰা

‘কাজিৰঙাত মই খেলিম বুলি ক’ব পাৰোঁ। কিন্তু প্ৰাৰ্থী হ’ম বুলি ক’ব নোৱাৰোঁ। আজি মই দায়িত্বসহকাৰে ২ সমষ্টিত জিকিম বুলি ঘোষণা কৰিছোঁ। কোকৰাঝাৰ-কাৰ্বি আংলঙৰ ডিফু সমষ্টিত আমি জিকিম। আন কোন কোন সমষ্টিত জয়লাভ কৰিম সেয়া ৩ ডিচেম্বৰত ঘোষণা কৰিম’। এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *