কাছাৰৰ কাটিগড়াৰ সমষ্টিৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ কেঁচা চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে মুখ খুলিছে

কাছাৰৰ কাটিগড়াৰ সমষ্টিৰবিধায়ক খলিল উদ্দিন মজুমদাৰ কেঁচা চুপাৰী চিণ্ডিকেটৰ বিৰুদ্ধে মুখ খুলিছে।

কেঁচা তামুল ছিণ্ডিকেট বন্ধ নকৰিলে গণ আন্দোলনৰ হুংকাৰ দিয়ে বিধায়ক খলিলে।

তামুল ভৰ্তি বাহনৰ পৰা ধন দাবী কৰি ছিণ্ডিকেট বাহিনীয়ে অতি সোনকালেই গ্ৰেপ্তাৰ কৰিবলাগে , অন্যথা বিধায়কসকলক গণ আন্দোলনৰ হোন্কাৰ ,

কেতিয়াও বৰাকত কচা তামুলৰ দূৰনীতি হ’বলৈ নিদিও, ।

যেতিয়া ছিণ্ডিকেট বাহিনীয়ে চকীদাৰৰ সন্মুখত ধন দাবী কৰিবলৈ সাহস ক’ত পালে, তেতিয়া বিধায়কসকলে দূৰনীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু আছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *