এডাল হেণ্ডেল, এখন বাহন আৰু এটা বিভাগ ।ফটোত যে দেখিছে এই বাহনখন এলাপেছা বাহন বুলি নাভাবিব ।বৰুণ বিজয় বাহন ।বহুত আন্দোলন, বহু ঘটনাৰ সাক্ষী এই বাহনখন ।অসম আৰক্ষীৰ সাহসৰ প্ৰতীক এই বাহন খন ।বাহন খনে প্ৰমাণ কৰি দিয়ে যে, বয়স যিমানেই বাঢ়ি নাযাওক কিয়, প্ৰতিটো দিনেই জনসাধাৰণৰ সেৱাৰ বাবে থিয় দিয়াৰ ক্ষমতা থাকিবই লাগিব । আৰক্ষীৰ প্ৰেৰনা এই বাহন খন ।২০খন বৰুণ বাহনৰ ভিতৰত বৰ্তমান চাৰিখন কাৰ্যক্ষম হৈ থকা বাহনৰ ভিতৰত এইখন এখন ব্যতিক্ৰমী বৰুণ বাহন।
