এইবাৰ টিহুত হাত দাঙিলে লাট-মণ্ডলে। উৎকোচ দাবী কৰি গ্ৰেপ্তাৰ দেৱাশিস বৰ্মন। নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ লাট-মণ্ডল দেৱাশিস। দালাল নয়ন বৰ্মনৰ জৰিয়তে লৈছিল ধন। নয়ন বৰ্মনকো গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ।