উৎকোচ লৈ হাত দাঙিলে চামগুৰিৰ এগৰাকী অধ্যক্ষই

104

এইবাৰ উৎকোচ লৈ হাত দাঙিলে চামগুৰিৰ এগৰাকী অধ্যক্ষই। গ্ৰেপ্তাৰ হ’ল কাৱৈমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ। উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল অধ্যক্ষ বুলবুল চৌধুৰী। শিক্ষকৰ এৰিয়াৰ বিল পাছ কৰাই দিয়াৰ নামত প্ৰত্যেকজন শিক্ষকৰ পৰা লৈছিল ২ হাজাৰ টকাকৈ উৎকোচ।