উদ্যোগী যুৱক যুৱতীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে প্ৰধান মন্ত্ৰী নিয়োগ নিয়োজন আঁচনিয়ে(PMEGP)

উদ্যোগী যুৱক যুৱতীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে প্ৰধান মন্ত্ৰী নিয়োগ নিয়োজন আঁচনিয়ে(PMEGP)
যোৰহাট ক্ৰীড়া সন্থাৰ খেল পথাৰত আজিৰ পৰা দহ দিনীয়াকৈ আয়োজন কৰা হৈছে ৰাজ্যিক পৰ্য্যায়ৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে।
উক্ত প্ৰদৰ্শনী অনুষ্ঠান উদ্ধোধন কৰে অসম চৰকাৰৰ জনকল্যান সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই।
মন্ত্ৰী গৰাকীয়ে উদ্যোগ স্থাপন কৰিব বিচৰা যুৱক যুৱতী সকল আগবাঢ়ি আহি চৰকাৰৰ এই সুবিধক গ্ৰহণ কৰি উপকৃত হবলৈ আহ্বান জনায়।এই অনুষ্ঠানে যুৱক যুৱতীৰ বাবে ৰেহাই মূল্যত উদ্যোগ স্থাপন কৰিবলৈ সুবিধাৰ কৰি দিয়াৰ লগতে বিক্ৰীৰ বাবে এখন বজাৰ সৃষ্টি কৰি দিয়াই হৈছে মূল উদ্দেশ্য।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *