উত্তৰ প্ৰদেশৰ উন্নাৱত ভয়ংকৰ পথ দুৰ্ঘটনা

65

উত্তৰ প্ৰদেশৰ উন্নাৱত ভয়ংকৰ পথ দুৰ্ঘটনা।

গাখীৰ কঢ়িওৱা কণ্টেইনাৰত খুন্দা দ্ৰুতবেগী বাছৰ।

দুৰ্ঘটনাত ১৮জন লোকৰ মৃত্যু।

গুৰুতৰভাৱে আহত ৩০জনৰো অধিক লোক।

বিহাৰৰ পৰা দিল্লী অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখন।