ইউৰো কাপৰ ছেমি ফাইনেলত স্পেইন আৰু ফ্ৰান্স

102

ইউৰো কাপৰ ছেমি ফাইনেলত স্পেইন আৰু ফ্ৰান্স৷

প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পেইনৰ হাতত পৰাস্ত জাৰ্মানী৷

২-১ গ’লৰ ব্যৱধানত পৰাস্ত আয়োজক দেশ জাৰ্মানী৷

দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্সৰ হাতত পৰাস্ত পৰ্তুগাল৷

ট্ৰাইব্ৰেকাৰত ৫-৩ গ’লৰ ব্যৱধানত পৰাস্ত ৰনাল্ডোৰ দেশ পৰ্তুগাল৷