আমাৰ বিহু বিক্ৰী কৰি দিলে

আমাৰ বিহু বিক্ৰী কৰি দিলে বুলি ৰাজপথত শ্লোগান দিছে একাংশ নাচনী আৰু ঢুলীয়াই।বিহুক যি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ গৈ এতিয়া চৰকাৰে কষ্ট দিছে বিভিন্ন ঠাইৰ পৰা অহা ঢুলীয়া আৰু নাচনীক।বিহুৰ যিবোৰ পৰম্পৰা আছিল গাওঁত তেনেদৰেই ঠিক আছিল কিন্তু বিহুৰ এই অপসংস্কৃতি ভাল নহয় আমাৰ বিহু বিক্ৰী কৰি দিলে বুলি এনেধৰণৰ বিভিন্ন শ্লোগান দিলে নাচনী আৰু ঢুলীয়াই।বিশ্ব ভিতৰতে ডাঙৰ বিহু পাতিবলৈ গৈ চৰকাৰে যি ১০০ কোটি টকাৰ খৰছ কৰি চৰকাৰ খনে বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰণ জনোৱা বিহুৱা নাচনী সকল কিন্তু কষ্ট দিয়া হয় পৰিলক্ষিত হৈছে।তেওঁলোকৰ থকা খোৱাৰ ব্যৱস্থা কৰিব পৰা নাই এতিয়া চৰকাৰ খনে।এয়া দেখুৱাই আছোঁ নিশাৰ দৃশ্য এনেদৰে বিভিন্ন শ্লোগান দি ৰাজপথত প্ৰতিবাদ কৰিছে একাংশ নাচনী আৰু ঢুলীয়াই

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *