আমগুৰিৰ পৰা চুৰি হোৱা ১০ মহীয়া শিশু যোৰহাটত উদ্ধাৰ



আমগুৰিৰ পৰা চুৰি হোৱা ১০ মহীয়া শিশু যোৰহাটত উদ্ধাৰ

যোৰহাটৰ ISBT ত উপস্থিত হৈ বাছত উঠিবলৈ লওঁতেই যোৰহাট সদৰ আৰক্ষীয়ে আটক কৰে অপহৰণ কাৰীক

যোৰহাট সদৰ থানালৈ অনা হৈছে শিশুটি

শিশুটিৰ পৰিয়াল আৰু আমগুৰি আৰক্ষী শিশুটিক উদ্বাৰ কৰি যোৰহাটৰ পৰা আমগুৰিৰ ৰাওনা হৈছে

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *